আজি মন্দিৰ দুৱাৰ খোলা। বিষ্ণু ৰাভা

0

আজি মন্দিৰ দুৱাৰ খোলা। বিষ্ণু ৰাভা

আজি মন্দিৰ দুৱাৰ খোলা। বিষ্ণু ৰাভা

আজি মন্দিৰ দুৱাৰ খোলা

–বিষ্ণু ৰাভা

আজি মন্দিৰ দুৱাৰ খোলা
বহে মিলনৰ উৎসৱ মেলা
শুনো মঙ্গল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ
হ’লে যে পূজাৰ বেলা
মন্দিৰ দুৱাৰ খোলা।
স্বাগত নবাগত অতিথি
হিয়াত ফুলাম আসন থৈছো পাতি
পুষ্পিত মন্দিৰ কানন বীথি
ফুলনিৰ তলসৰা
তুমি ফুল মনোহৰা
গাঁথিলোঁ উলাহে মালা
হ’লে যে পূজাৰ বেলা
মন্দিৰ দুৱাৰ খোলা। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Aji Mandir Duwar Khula’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  5. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  6. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  7. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআই অ নাকান্দিবি। বিষ্ণু ৰাভা
Next articleঅ আলহী আহ। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here