দেশ | ইছমাইল হোছেইন
দেশ
–ইছমাইল হোছেইন
তোমাৰ ছন পৰা বুকুত মূৰ গুজি
প্ৰত্যহ মই আহ্বান কৰো এটি সূৰ্যস্নাতা পুৱা
মোৰ বুকুৰ কামিহাড় গছকি পাৰ হৈ যায়
এদল উদভ্ৰান্ত ঘোঁৰা।
নাৰী দেহৰ দৰে তোমাৰ এই ঋজু শৰীৰ
আৰু দৰিদ্ৰতাই কৰ্ষণ কৰা মোৰ
যন্ত্ৰবৎ দেহা।
আহা ক্ষন্তেক আলিংগন কৰোঁ
ক্ৰান্তিকালৰ বাবে বিনিময় হওঁক কিছু কথা। ০ ০ ০
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘Desh | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ