প্ৰিয়তমা | ইছমাইল হোছেইন

0

প্ৰিয়তমা | ইছমাইল হোছেইন

  প্ৰিয়তমা

প্ৰিয়তমা

–ইছমাইল হোছেইন

 

বহুবাৰ তোমাৰ স’তে মোৰ বিচ্ছেদ

বহুবাৰ মিলন।

“যুদ্ধ ভূমিৰ পৰা কিম্বা শান্তি যাত্ৰাৰ পৰা 

শ্ৰমিকৰ ঘামৰ পৰা কিম্বা

কৃষকৰ অশ্ৰুপাতৰ পৰা 

সকলোতে মই তোমাক বুটলো।

সুখে-দুখে তোমাৰ স’তে আলিংগন কৰো

শব্দৰ সমাহাৰত বিচাৰো প্ৰেমৰ নদী।

মোৰ দ্বন্দ্বৰ ভিতৰে বাহিৰেও তুমি,

অস্তিত্বৰ অভ্যন্তৰত এজনী দুৰ্জেয়া ৰমনী।

মোৰ বাবে কিম্বা দেশৰ বাবে

তোমাৰ বাবে কিম্বা নিৰন্নজনৰ বাবে

অৱশেষত ঘূৰাই ল’ম বিপন্ন স্বাধীনতা;

সেইবাবেই তোমাৰ স’তে মোৰ ক্ৰান্তিকাৰী সংলাপ। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘প্ৰিয়তমা | Priyatoma | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleRules of Sentence Construction
Next articleনাগৰিকৰ প্ৰতি | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here