মহৎ বাণী-ন

0

মহৎ বাণী-ন

মহৎ বাণী-ন

মহৎ বাণী-ন

সপোন দেখোতাসকল হৈছে সভ্যতাৰ ৰক্ষাকৱচ। –জেমচ এলেন

তুমি চিন্তা কৰাৰ আগতে তোমাৰ চিন্তাক লেকাম লগোৱা। — মেৰী ওৱেব

তুমি যিটো নোৱাৰা সেইটো আনে কৰা দেখিলে তোমাক বিবুদ্ধিত পেলায়। –ছাম ইৱিং

সৰহ সংখ্যক মানুহেই গৰমৰ বন্ধ কিদৰে অতিবাহিত কৰিব তাৰ বাবে পৰিকল্পনা কৰে, সিহঁতে কিদৰে জীৱন-যাপন কৰিব তাৰ পৰিকল্পনা কৰিব নোৱাৰে।–অজ্ঞাত মহৎ বাণী-ন

বয়স বাঢ়ি  যোৱাৰ লগে লগে জ্ঞানী মানুহসকল পৰিৱৰ্তন হয়।–জন মেক্সৱেল

তুমি কোনো সন্মিলন বা সভাৰ পৰা ঘূৰি আহি যি শুনিলা তাৰ ওপৰত চিন্তা কৰা আৰু কাৰ্যত পৰিণত কৰা দেখিবা তোমাৰ জীৱনৰ ৰূপ পৰিৱৰ্তন হৈছে।– জন মেক্সৱেল মহৎ বাণী-ন

একে ক্ষেত্ৰত চিন্তা কৰা দুজন মানুহৰ চিন্তা উত্তম হোৱাৰ সম্ভাৱনা অধিক।–অজ্ঞাত

ভাল চিন্তাবিদসকলৰ চিন্তা যেতিয়া একেলগ কৰা হয়, তেতিয়া তাত মানৱ প্ৰমূল্য যোগ হয়। –জন মেক্সৱেল

আমি নিজৰ বাট অন্ধকাৰ ৰাখি আন মানুহৰ বাট পোহৰাব নোৱাৰো।–বেন চুইটলেণ্ড

১০

তুমি যদি তোমাৰ পৃথিৱীক উন্নত কৰিব বিচৰা তেতিয়া আনক সহায় কৰিবলৈ  আগবাঢ়ি যোৱা। –অজ্ঞাত

১১

মই প্ৰতিদিন ৰাতিপুৱা টোপনিৰ পৰা উঠি ভাবো, “মই আজি কিমান ভাল হ’ব পাৰোঁ।” –বেঞ্জামিন ফ্রেঙ্কলিন

১২

এজন ব্যক্তিয়ে প্ৰতিদিন যি ভাৱি থাকে তাৰ দ্বাৰাই তেওঁৰ জীৱনটো গঠন হয়। –ৰালফ্‌ ওৱাল্ড’ ইমাৰ্ছন

১৩

মানুহে কৰা কাম-কাজবোৰ সিহঁতে কৰা চিন্তাবোৰৰ ব্যাখ্যা। — জন লক

১৪

মানুহৰ ভাল কামবোৰ বিচাৰি উলিওৱাতকৈ ভুলবোৰ বিচাৰি উলিওৱা সহজ। — ডেল কৰ্নেগী

১৫

আনৰ সমালোচনা শুনি যিজনে নিজৰ চিন্তা-চৰ্চা এৰি দিয়ে আচলতে তেওঁ কোনো চিন্তাই নকৰে। — মেনোনিমাচ

১৬

তুমি সেইসকল শত্ৰুক ভয় নকৰিবা যিসকলে তোমাক আক্ৰমণ কৰে বৰং সেইসকল বন্ধুক ভয় কৰা যিসকলে তোমাক ভালৰি বোলায়। –এলবাৰ’ অবেগন মহৎ বাণী-ন

১৭

আত্ম-প্ৰকাশেই মানুহৰ প্ৰধান প্ৰকৃতি। –উইলিয়াম উইন্টাৰ

১৮

তুমি যদি কোনো মানুহৰ বিশ্বাস অৰ্জন কৰিব বিচৰা তেন্তে তেওঁ কৰা ভাল কামৰ প্ৰশংসা কৰা। –মেনোনিমাচ

১৯

ভাল অথবা বেয়া বুলি কোনো কথা নাই, মাথো আমাৰ চিন্তাইহে বস্তুক ভাল বা বেয়া কৰে। –উইলিয়াম শ্বেক্সপীয়েৰ

২০

তুমি যদি তোমাৰ অধীনস্থ কৰ্মীসকলৰ আস্থা আৰু আনুগত্য লাভ কৰিব বিচৰা প্ৰতিজনৰে নাম মনত ৰাখিবা। –৩য় নেেপালিয়ন। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
  5. ইন্দুবালাগো
Previous articleমহৎ বাণী-ধ
Next articleমহৎ বাণী-প

LEAVE A REPLY

Please enter your comment!
Please enter your name here