মহৎ বাণী-ফ

0

মহৎ বাণী-ফ

মহৎ বাণী-ফ

 মহৎ বাণী-ফ

 

সপোন  হৈছে বাস্তৱৰ বীজ। — ভাৰতীয় পটন্তৰ

প্ৰত্যাহ্বান ভাল আৰু শ্রেষ্ঠৰ মাজত হোৱা উচিত; বেয়া আৰু ভালৰ মাজত নহয়। — মেনোনিমাচ

তুমি তোমাৰ আচৰণ পৰিৱৰ্তন কৰিব নোৱাৰা যদিহে তোমাৰ চিন্তাৰ গতি পৰিবৰ্তন নকৰা। — জেমছ এলেন

আমি একে সময়ৰ চিন্তাৰ মাপ-কাঠিৰে আজিৰ সমস্যা সমাধান কৰিব নোৱাৰো যি সময়ৰ চিন্তাৰ স্তৰে সমস্যা এটাৰ সৃষ্টি কৰিছিল। –এলবাৰ্ট আইনষ্টাইন

বতাহে পতাকা এটিৰ দিশ পৰিবৰ্তন কৰাৰ দৰে তোমাৰ চিন্তাই তোমাৰ মনক পৰিবৰ্তন কৰে। — আৰ. ছেছন

যেতিয়া তোমাৰ চিন্তা, অনুভূতি আৰু মনৰ অৱস্থা সুস্থিৰ হয় আৰু তোমাৰ বাধ্য থাকে, তেতিয়ালৈ তোমাৰ জীৱনো তোমাৰ বাধ্য থাকে। — আৰ. ছেছন

সুখ তোমাৰ দৃষ্টিভংগী আৰু আভ্যন্তৰীণ জীৱনৰ ওপৰত নিৰ্ভৰ কৰে, বাহিৰা পৰিস্থিতিৰ ওপৰত নহয়। –আৰ. ছেছন মহৎ বাণী-ফ

বিদ্যুতে বৈদ্যুতিক সা-সৰঞ্জাম কাৰ্যক্ষম কৰি তোলাৰ দৰে তোমাৰ আবেগ আৰু অনুভূতিয়ে তোমাৰ চিন্তা আৰু কৰ্মশক্তিক কাৰ্যক্ষম কৰি তোলে। — আৰ. ছেছন

আমাৰ মনটো বনৰীয়া জন্তুৰ দৰে। ইয়াক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা আত্ম-অনুশাসন আৰু আনুগত্য শিকাব পাৰি। –আৰ. ছেছন

১০

কিছুমান গ্ৰন্থ আছে যিবোৰ ভিজাত দি সোৱাদ চাব পাৰি, কিছুমান গলধকৰণ কৰিব পাৰি আৰু অতি কম সংখ্যক গ্ৰন্থ আছে যিবোৰ চোবাই খাব পাৰি আৰু জীণ নিয়াব পাৰি।  –ফ্রান্সিচ বেকন মহৎ বাণী-ফ

১১

কিতাপতকৈ বেছি মোহনীয় কোনো আচৱাব নাই। — চিডনী স্মিথ

১২

ধ্রপদী গ্রন্থবোৰ হৈছে  এনে গ্ৰন্থ যিবোৰ সকলোৱে প্ৰশেংসা কৰে কিন্তু খুব কম সংখ্যক লোকেহে পঢ়ে। –মাৰ্ক টৱেইন মহৎ বাণী-ফ

১৩

ভালকৈয়ে লিখা হওঁক বা বেয়াকৈয়ে লিখা হওঁক কিতাপ কিতাপই। –অস্কাৰ ওৱাইল্ড

১৪

বেছি বিক্ৰী হোৱা কিতাপবোৰ হৈছে মধ্যমীয়া প্ৰতিভাৰ ৰহণ লগোৱা কবৰ। –এল. পি স্মিথ

১৫

গছত পাত অহাৰ দৰে কবিতা যদি স্বতঃস্ফূর্তভাবে নাহে,  তেন্তে কবিতা সৃষ্টি নকৰাই ভাল। –জন কীটচ্‌

১৬

এজন মানুহে তেওঁ অনুভৱ কৰা সুখহে উপেভাগ কৰে, এজন তিৰোতাই নিজে আনক দিয়া সুখহে উপভোগ কৰে। –পি. চি. ডি. লাক’লচ মহৎ বাণী-ফ

১৭

সকলো কবিয়েই পাগল। –ৰবাৰ্ট বাৰ্টন

১৮

কান্দি থকা মানুহৰ বাহিৰে সকলো মানুহেই মুখা পিন্ধি থাকে। — ডেনি এবছি

১৯

পুৰুষৰ সঙ্গৰ পৰা বঞ্চিত তিৰোতাসকল দুখী হয় আৰু নাৰীৰ সঙ্গৰ পৰা বঞ্চিত পুৰুষসকল মূৰ্খ হয়। — এন্টন চেখভ মহৎ বাণী-ফ

২০

যিজনে ঈশ্বৰক বিশ্বাস নকৰে তেওঁক বিশ্বাস নকৰিবা। মেনোনিমাচ। ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
  5. ইন্দুবালাগো
Previous articleমহৎ বাণী-প
Next articleমহৎ বাণী-ব

LEAVE A REPLY

Please enter your comment!
Please enter your name here