মহৎ বাণী-ব

0

মহৎ বাণী-ব

মহৎ বাণী-ব

মহৎ বাণী-ব

গ্ৰন্থই জীৱনৰ জ্ঞান দিয়ে। কিন্তু সমস্যাটো হ’ল গ্ৰন্থই অন্য এনে মানুহৰ জীৱন কথা কয় যি কথা তোমাৰ নিজৰ নহয়। — জুলিয়ান বাৰ্নেছ মহৎ বাণী-ব

ডাঙৰ কলেবৰৰ গ্রন্থবোৰক সদায় অতিমাত্ৰা প্ৰশংসা কৰা হয় এই কাৰণেই যে পাঠক এজনে পতিয়ন নিয়াব বিচাৰে যে তেওঁ কিতাপখন পপঢ়িছে। — ই. এম. ফৰষ্টাৰ

গ্ৰন্থ হৈছে সকলো যুগৰ আটাইতকৈ বেছি পাৰস্পৰিক সম্পৰ্ক ৰক্ষা কৰি চলা মাধ্যম। তুমি ইয়াৰ বাক্যবোৰৰ তলেদি আঁচ টানিব পাৰা, মাৰ্জিনত লিখিব পাৰা, পৃষ্ঠা ভাঁজ কৰি ৰাখিব পাৰা, কোনো পৃষ্ঠা মাজত এৰি আগুৱাই যাব পাৰা আৰু ইয়াক লৈ তুমি য’তে ইচ্ছা ত’তে যাব পাৰা। –মিখাইল লিন্টন 

সকলোবোৰ গ্ৰন্থই হয় সপোন অথবা তৰোৱাল। তুমি ইয়াৰে কাটিব পাৰা অথবা নিচাগ্ৰস্ত হ’ব পাৰা। — এমি লৱেল

কিতাপ হৈছে এনে এখন বাগিছা  যিয়ে সকলকে আশ্রয় দিয়ে। — চিডনী স্মিথ

মই কিতাপ পঢ়ি থাকো কাৰণ কিতাপে মোৰ চিন্তা শক্তিশালী কৰে । –মেনোনিমাচ

তিৰোতাক বিশ্বাস নকৰিবা কাৰণ তিৰোতাসকলে নিজে কোনো সিদ্বান্ত লব নোৱাৰে। –অজ্ঞাত 

প্রেমে সকলো জয় কৰে । –ভার্জিল 

চকচকীয়া হলেই সোন নহয় । –শেক্সপীয়াৰ

১০

সেইজনেই গিয়ানী যিজনে আৱেগক নিয়ন্ত্রণত ৰাখে  । –মেনোনিমাচ ০ ০ ০

Related Search:

  1. মহৎ লোকৰ বাণী
  2. মহৎ লোকৰ অমৰ বাণী
  3. মহান বাণী
  4. গগনেতে ডাকে দেওয়া
  5. ইন্দুবালাগো
Previous article মহৎ বাণী-ফ
Next articleদুৰ্বাৰ সময়ৰ গতি

LEAVE A REPLY

Please enter your comment!
Please enter your name here