মানৱতা

0

মানৱতা

মানৱতা

মানৱতা

— আবুল কালাম আজাদ

সম্প্ৰতি মানৱতাৰ স্খলন

মানৱ জাতি হিংসা, হত্যা, লুণ্ঠণত নিমজ্জিত

নাই কোনো আপোনত্ব

নাই যেন মানৱতা

মানৱতাৰ কি যে নবীন ৰূপ

স্বাৰ্থ পুৰণৰ বাবে

মানৱ জাতি নিজক লৈ ব্যস্ত

নাই কোনো মূল্যবোধ

শাসন, শোষণ, ধৰ্ষণ

কত যে কি?

আবেগ, অনুভূতি, সৌজন্য

কেৱল কৃত্ৰিমতা

এয়ে জানো মানৱতা ? 0 0 0

বিঃ দ্রঃ আবুল কালাম আজাদ উক্তকবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. দুৰ্বাৰ সময়ৰ গতি
  2. উচ্ছেদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleসংগ্ৰামী মন
Next articleমৃত্যু

LEAVE A REPLY

Please enter your comment!
Please enter your name here