মোৰ কবিতাৰ ছন্দ লাগি | বিষ্ণু ৰাভা

0

মোৰ কবিতাৰ ছন্দ লাগি | বিষ্ণু ৰাভা

মোৰ কবিতাৰ ছন্দ লাগি

মোৰ কবিতাৰ ছন্দ লাগি

–বিষ্ণু ৰাভা

 
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে?
 
নাচে ত’ৰা ছন্দে ছন্দে
বিশ্বভৰা মহানন্দে
সেই উলাহৰ হৰ্ষ লাগি
হিয়াত নাচোন উঠেনে?
 
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লই
পৰিবনে হিয়া জুৰ?
 
ছেৱে ছেৱে ফুলে ফুলে
গন্ধতে আমোলমোল
সেই ছেগতে পুলক জগাই

এবাৰ হিয়াই নাচে নে? 0 0 0 

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘মোৰ কবিতাৰ ছন্দ লাগি । Mur Kabitar Chanda Lagi’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleসুৰৰে দেউলৰে ৰূপৰে শিকলি | বিষ্ণু ৰাভা
Next articleনাহৰ ফুলে নুশুৱায় | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here