সংগ্ৰামী মন
— আবুল কালাম আজাদ
মোৰ সংগ্ৰামী মন
কৰো কঠোৰ জীৱন সংগ্ৰাম
প্ৰায় মৃত প্ৰাণ
অৱশ জীৱন্ত শৰীৰ
আশাহীন অসীম বাট
অদ্ধৰ্হাৰে আনাহাৰ পেট
শূন্যতা ভৰা উকা হৃদয়
ৰিক্ত চকুপানী নিষ্প্ৰভ জীৱন
বেদনাই ভৰা দহি থকা মন
তথাপি ….
থাকিব বিচাৰো জীয়াই জগতত
লক্ষ্যত হ’বলৈ উপনীত
কৰে কঠোৰ জীৱন সংগ্ৰাম
… মোৰ সংগ্ৰামী মন। 0 0 0
বিঃ দ্রঃ আবুল কালাম আজাদৰ উক্তকবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
অতিৰিক্ত অনুসন্ধান:
- মৌলানা আবুল কালাম আজাদ
- হুমায়ুন আজাদ
- অসমীয়া কবিতা
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- বিষ্ণু ৰাভাৰ গীতি কবিতা
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ
- অসমীয়া আধুনিক কবিতা