ৰং সানো আমি (Sanmihali Rang Shanu Ami): A Drawing Book for Pre-Primary/ U. K. G. or equivalent Classes
ৰং সানো আমি
ৰং সানো আমি
প্ৰস্তুতকৰ্তা
গ্রোহিলচ্ পাব্লিশিং লিখক সমিতি
গ্রোহিলচ্ পাব্লিশিং
কমলপুৰ, বৰেপটা (অসম)
SANMIHALI RANG SHANU AAMI: A Drawing Book for Pre-Primary/ U. K. G. or equivalent Classes Prepared by Growhills Publishing Writers Board and Published by Growhills Publishing.
All Rights Reserved with the Publisher
Internet Edition
Rs: ——– /- only
Printed at ………………
কোমলমতীয়া ল’ৰা-ছোৱালীৰ মনস্তাত্বিক দিশৰ লগত সঙ্গতি ৰাখি সানমিহলি ‘ৰং সানো আমি’ নামৰ ছবি অঁকাৰ কিতাপখন প্ৰস্তুত কৰা হৈছে। কিতাপখনত বাস্তৱ জগতৰ বস্তু কিছুমান বিশেষকৈ ফল-মূল, গছ-লতা জীৱ-জন্তু আদিৰ ছবি দিয়া হৈছে। ল’ৰা-ছোৱালীবোৰে বাস্তৱতাৰ লগত সঙ্গতি ৰাখি ছবিবোৰ বিভিন্ন ৰঙেৰে ৰে বোলাব। শিক্ষক-শিক্ষয়িত্ৰীয়ে কি বস্তুত কি ৰং দিলে বাস্তৱসন্মত হ’ব সেই বিষয়ে ল’ৰা-ছোৱালীক দিহা দিব। কেতিয়াবা কেতিয়াবা ল’ৰা-ছোৱালীক নিজৰ মতে ৰং সানিবলৈ দিব।
ছবিবোৰ ৰঙেৰে বোলাওতে ছবি এখনৰ চাৰিসীমাৰ পৰা ৰং সানিবলৈ আৰম্ভ কৰি লাহে লাহে মাজলৈ যাব।
Download the Complete Book
..
You May Like:
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Related Search: