অ আমাৰ গাওঁ। জ্যোতিপ্ৰসাদ

0

অ আমাৰ গাওঁ। জ্যোতিপ্ৰসাদ

অ আমাৰ গাওঁ। জ্যোতিপ্ৰসাদ

অ আমাৰ গাওঁ

—জ্যোতিপ্ৰসাদ

অ’ আমাৰ গাওঁ

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি

মৰিবলৈ যাওঁ।

ভৰপুৰ তামোলেৰে 

সেউজীয়া পথাৰেৰে

দূৰতে জিলিকি থকা

অ’ আমাৰ গাওঁ।

দেশৰ হকে মৰিব পৰা

আমাৰ গাওঁৰ ডেকা ল’ৰা

ডেকেৰী নহয় পাছ পৰা

অ’ আমাৰ গাওঁ

একঠা মাটি মই উপজিয়ে পাওঁ

এমুঠি পেটৰ ভাত

এখনি কাপোৰ গাত

আজি কিয় তাকো নাপাওঁ?

এই মাটি মোৰ অধিকাৰ

মোৰ ভাত মোৰে কাপোৰ

মোৰে দেশ আজি মই

নিজে ৰখাওঁ।

কালৰ মূৰ্তি ধৰি

শতক মূৰত

আকাশৰ চৰগ্‌ পেলাওঁ। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘অ’ আমাৰ গাওঁ | O Amar Gaon‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleলুইতৰ আকাশত তৰাৰ। জ্যোতিপ্ৰসাদ
Next articleলুইতেদি যায় কৰে নাৱৰীয়া। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here