অ আলহী আহ। বিষ্ণু ৰাভা

0

অ আলহী আহ। বিষ্ণু ৰাভা

অ আলহী আহ। বিষ্ণু ৰাভা

অ আলহী আহ

–বিষ্ণু ৰাভা

অ’ আলহী আহ, অ’ আলহী আহ
প্ৰভাত বীণৰ সোণালী তাঁৰ
জোকাৰি থ, অ’ আলহী আহ।
অ’ তই  নীল গগণৰ
উজ্জ্বল মেঘৰ বগা ৰহাত বহি
ৰশ্মি কণা কিৰণ সনা আলহী আ।
মোহন বাঁহীৰ ঝঙ্কাৰ
আৰু মোহন বাঁহীৰ সুৰ
আজি দক্ষিণ মলয় কৰক জুৰ
আজি পাতে পাতে ডালে ডালে
ব’ব মোহন সুৰ আলহী আহ। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘অ’ আলহী আহ, অ’ আলহী আহ | O Alahi Ah’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  7. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআজি মন্দিৰ দুৱাৰ খোলা। বিষ্ণু ৰাভা
Next articleমেলানি বেলাৰ বিদায় লগন। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here