আই অ নাকান্দিবি। বিষ্ণু ৰাভা

0

আই অ নাকান্দিবি। বিষ্ণু ৰাভা

আই অ নাকান্দিবি। বিষ্ণু ৰাভা

আই অ নাকান্দিবি

–বিষ্ণু ৰাভা

 

আই অ’ নাকান্দিবি
সময়ৰ বলুকাত
তোমাৰ পদচিহ্ন চুমি
আমি হৈছো আগুৱান।
তোমাৰ চপল বুকুত
মূৰ গুজি মৰাৰ আগতে
আমি কৰিছো মৃত্যুক পণ
কৰিম বুলি তোমাক মহান।
ইতিহাস নিবিচাৰো আমি
নাই আমাৰ সেই দুঃ সাহস
বিচাৰিছো মাথো তোমাৰ
আশীষ নিৰ্মালি
তোমাৰ মুক্ত কোলাত
এৰি যাব পাৰো যেন তেজৰ নিচান। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Aai O Nakandibi’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  5. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  6. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  7. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমেঘৰ বুকু ফালি আনিম। বিষ্ণু ৰাভা
Next articleআজি মন্দিৰ দুৱাৰ খোলা। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here