আগবাঢ়া বাঢ়া আগ। বিষ্ণু ৰাভা

0

আগবাঢ়া বাঢ়া আগ। বিষ্ণু ৰাভা

আগবাঢ়া বাঢ়া আগ। বিষ্ণু ৰাভা

আগবাঢ়া বাঢ়া আগ

বিষ্ণু ৰাভা


আগবাঢ়া বাঢ়া আগ–আগবাঢ়া
দেশৰ বীৰৰে দল– আগবাঢ়া
বীৰঙ্গনা যাব তোমাৰ স’তে
প্ৰেৰণা অস্ত্ৰ লৈ
আগবাঢ়া বাঢ়া আগ — আগবাঢ়া।
তুমি পঙ্কিল পৃথিৱীত বোলাই দিয়া
সাম্যৰ নৱ ৰোল
দেশৰ বীৰৰে দল
আগবাঢ়া, বাঢ়া আগ– আগবাঢ়া।
ধুমুহাৰ ৰাতিৰ কলা আন্ধাৰৰ
বক্ষ চিৰাচিৰ হ’ল
তোমাৰ সাহৰ উজ্বল জেউতি
জ্বলি উঠে জলমল
আগবাঢ়া বাঢ়া আগ–আগবাঢ়া।
সময়ৰ গতিৰ শিৰ উঠি
তাণ্ডৱ নামিবৰ হ’ল
পচা অতীতৰ পুৰণি জকাত
শোণিতৰ বান উঠিল
আগবাঢ়া বাঢ়া আগ- আগবাঢ়া। 0 0 0



বিঃ দ্রঃবিষ্ণু ৰাভাৰ ‘Aagbara Bara Aag’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleজনগণ আজি জাগে। বিষ্ণু ৰাভা
Next articleবলিয়া মেঘৰ। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here