আগবাৰীত ফুলিলে সোণে। জ্যোতিপ্ৰসাদ

0

আগবাৰীত ফুলিলে সোণে। জ্যোতিপ্ৰসাদ

আগবাৰীত ফুলিলে সোণে। জ্যোতিপ্ৰসাদ

আগবাৰীত ফুলিলে সোণে

—জ্যোতিপ্ৰসাদ

আগবাৰীত জুলিলে 

সোণে মোৰ চম্পা

সেউতী মালতী

সোণে মোৰে চম্পা

গোন্ধৰে গুটিমালী

ৰঙাকৈ ৰেৱতী

আমোল মোলে ঐ

সোণে মোৰ চম্পা

সোণতে পখিলা

ৰূপৰে পখিলা

ফুলনি জিলিকি উৰে

সোণে মোৰ চম্পা

ক’ৰে বনৰীয়া

ফুটকা ধুনীয়া

চৰায়ে বিনালে

চৰায়ে বিনালে 

অময়া সুৰেৰে

সোণে মোৰ চম্পা। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা | Agbarit Fulile Sone Mur Champa‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleসোণৰ সপোন মোৰ। জ্যোতিপ্ৰসাদ
Next articleলুইতৰে পানী যাবি অ। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here