আগুৱাই বল আগুৱাই বল। বিষ্ণু ৰাভা

20

আগুৱাই বল আগুৱাই বল। বিষ্ণু ৰাভা

আগুৱাই বল আগুৱাই বল। বিষ্ণু ৰাভা

আগুৱাই বল আগুৱাই বল

–বিষ্ণু ৰাভা

আগুৱাই বল আগুৱাই বল
আগুৱাই বল সমনীয়া।
হালোৱাৰ দল
হজুৱাৰ দল
বনুৱাৰ দল অ’ বনুৱা।
অহৰহ জ্বলে
হৃদয়ৰ দুখৰে অগনি
পৰে দুখীৰ পেটত
লঘোণত ভোকৰে পোৰণি
ছিগি ভাঙি শত যুগৰ
শিকলি বান্ধনি
ৰণ দুন্দুভি বজাই যা
যা আগুৱাই আগুৱা
আগুৱাই বল সমনীয়া। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘AguwaI Bal Aguwai Bal’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleগুমৰি উঠিছে হিয়া। জ্যোতিপ্ৰসাদ
Next articleঅ গুৰু মোৰ শংকৰ। বিষ্ণু ৰাভা

20 COMMENTS

  1. […] আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা […]

  2. […] আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা […]

  3. […] আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা […]

LEAVE A REPLY

Please enter your comment!
Please enter your name here