আজি পুৱতি কিহৰে আৰতি। জ্যোতিপ্ৰসাদ

0

আজি পুৱতি কিহৰে আৰতি। জ্যোতিপ্ৰসাদ

আজি পুৱতি কিহৰে আৰতি। জ্যোতিপ্ৰসাদ

আজি পুৱতি কিহৰে আৰতি

—জ্যোতিপ্ৰসাদ

আজি পুৱতি কিহৰে আৰতি

কি নবীন বীণা বাজে

পোহৰৰ বাটে বাটে

হে মৌন অতিথি!

আহিলা কি অভিনৱ সাজে?

নিদ্ৰিত নৱতম পৃথিৱী জানো

বৰ্ষণক্ষৰিত সেই জ্যোতি প্ৰভাততে

পুণ্য স্নান কৰি

নবীন দিনৰ নৱজীৱন মাগে

বিশ্ব জনতা জানো

পোহৰৰ বাট বাটে

হে মৌন অতিথি

আহিলা কি অভিনৱ সাজে! 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Aji Puwati Kihore Aroti‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleসাত সাগৰৰ দেশ বিদেশৰ। জ্যোতিপ্ৰসাদ
Next articleজিলিকা পাখিৰে অ সোণ। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here