এটুপি চকুুলো মোৰ | বিষ্ণু ৰাভা

0

এটুপি চকুুলো মোৰ | বিষ্ণু ৰাভা

এটুপি চকুুলো মোৰ বিষ্ণু ৰাভা

এটুপি চকুুলো মোৰ

–বিষ্ণু ৰাভা

এটুপি চকুলো মোৰ যে কেৱল
সেয়ে মোৰ তাজমহল
প্ৰণয়েৰে ভৰা বেদনাৰে গঢ়া
শান্ত চিৰ উজ্জ্বল।
বিৰহ নৈৰে পাৰতে
প্ৰেমশালিৰ বুকুতে
গঢ়িলো যতনে
চকুপানী সানি
স্নিগ্ধ স্মৃতিৰ দেউল।
বাদশাহৰ যে এজনীহে তাজ
মোৰ যে প্ৰয়াত শত মমতাজ
আছিল যে তাই
ফুল পাৰিজাত
হৃদয়ৰ শতদল।
কবি যদি হয় ছাহজাহান
ময়ো যে কবি
দীন সু-মহান
শিলৰ কবিতা
নহয় মোৰ দান
এটুপি লোহে কেৱল
সেয়ে মোৰ তাজমহল। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘এটুপি চকুুলো মোৰ যে কেৱল | Atupi Chakulu Mur Ye Kebol’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleসোণৰে সপোন ভাগি | বিষ্ণু ৰাভা
Next articleবিলতে হালিছে ধুনীয়া পদুমী | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here