কবিৰ হাতৰ ছবি | হীৰেন ভট্টাচাৰ্য

0

কবিৰ হাতৰ ছবি | হীৰেন ভট্টাচাৰ্য

কবিৰ হাতৰ ছবি

কবিৰ হাতৰ ছবি

—হীৰেন ভট্টাচাৰ্য

(১) বৰ্ষা

শাল বনেৰে বৈ আহে বতাহৰ কুলুকুলু বাঁহী।

বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,

বুকু ভৰি থাকে দুখ, দুখৰ

সৰল হাঁহি।

 (২) শীত

পাতবোৰ পৰি আছে। উদং গাৰে ৰ’দ লৈছে গছবোৰে।

শুকান ঘাঁহত বনকৰা পাট যেন ৰ’দ। দূৰত ম’হৰ শিঙৰ দৰে

ফেৰপাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে!

(৩) বসন্ত

জুনুক কৰি বাজিল জুনুকা।

‘চেনিমৰা বাগিচাৰ চিঠি’ লৈ কোবাল খোজেৰে গুছি গ’ল ডাকোৱাল।

গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল। ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘কবিৰ হাতৰ ছবি Kabir Hatar Chabi হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আত্মপাঠ-ইছমাইল হোছেইন
  3. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  4. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  5. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  6. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  7. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  8. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  9. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  10. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  11. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  12. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleপ্ৰস্তাৱনা | হীৰেন ভট্টাচাৰ্য
Next articleমোৰ দেশ | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here