কাৰনো বীণ বাজে। বিষ্ণু ৰাভা

0

কাৰনো বীণ বাজে। বিষ্ণু ৰাভা

কাৰনো বীণ বাজে। বিষ্ণু ৰাভা

কাৰনো বীণ বাজে

–বিষ্ণু ৰাভা

কাৰনো বীণ বাজে ওৰে দিন
বাজে  গুণ গুণ গুণ গুণ গুণ গুণ।
বীণ বৰাগীৰ নূপুৰ বাজে
ৰুণ জুণ জুণ জুণ জুণ জুণ জুণ।
তালে তালে হালে জালে
পাতৰ শাৰী জিলি মাৰে
সুৰে সুৰে কুলিয়ে গায়
গুণ গুণ গুণ গুণ গুণ গুণ।  0 0 0

বিঃ দ্রঃবিষ্ণু ৰাভাৰ ‘Karno Bin Baje Ore Din’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleএয়ে মোৰ শেষ গান। বিষ্ণু ৰাভা
Next articleহে বিপ্লৱী বীৰ অধিনায়ক। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here