কিবা যেন নাই। বিষ্ণু ৰাভা

0

কিবা যেন নাই। বিষ্ণু ৰাভা

কিবা যেন নাই। বিষ্ণু ৰাভা

কিবা যেন নাই

–বিষ্ণু ৰাভা

কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি হায় হায় !
মেলি ধুমুহা তাইৰ কলা চুলি টাৰ
লুকুৱাই তৰা-জোন কৰে যেন এন্ধাৰ
ক’তেনো বা অকৰুণ সেই কাৰাগাৰ
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই?

গৰজি ডাৱৰ তুলি বিজুলী নিচান
দিয়ে শাওণৰ বাৰিষাৰ সমিধান
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ
লগে লগে হয় মোৰ জীৱন বিষাণ।
বাহিৰত বৰষুণ পৰে ধাৰাষাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ
‘মোৰ প্ৰিয় নাই! মোৰ প্ৰিয়া নাই!’ 0 0 0

বিঃ দ্রঃবিষ্ণু ৰাভাৰ ‘কিবা যেন নাই আজি নাই | Kiba Jen NaI Aji Nai’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  7. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleহিয়াৰ ফুলনিত যি ফুল। বিষ্ণু ৰাভা
Next articleমেঘমল্লাৰ মেঘমল্লাৰ। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here