গাঁৱৰে জুপুৰি ইকৰাৰে। জ্যোতিপ্ৰসাদ

0

গাঁৱৰে জুপুৰি ইকৰাৰে। জ্যোতিপ্ৰসাদ

গাঁৱৰে জুপুৰি ইকৰাৰে। জ্যোতিপ্ৰসাদ

গাঁৱৰে জুপুৰি ইকৰাৰে

—জ্যোতিপ্ৰসাদ

গাঁৱৰে জুপুৰি ইকৰাৰে সজা

তাতে থাক ভৱিষ্যত

আধাপেটী ৰজা

আজি সুন্দৰে তাতে বহি 

শাক ভাত খায়

তোৰ আধাভগা গছাটোত

নুনমুুুৱা চাটি জ্বলায়

তাৰ পোহৰতে বহি 

নতুন অস্ত্ৰ সাজে

জিবিলে নৱ ভৱিষ্যত

আঁকে জয়লেখা মহোজ্জ্বল

তোৰ কপালত।

তাতে থাক ভৱিষ্যৰ

ভিকহু কঙাল মহাৰাজ

সুন্দৰে উজ্জ্বল কৰে তোৰে ভগা পঁজা। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Gaonre Jupuri Ikrare Soja‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleফুলৰ পাহিত কোনে। জ্যোতিপ্ৰসাদ
Next articleনতুন দিনৰ ন ছোৱালী। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here