জনগণ আজি জাগে। বিষ্ণু ৰাভা

0

জনগণ আজি জাগে। বিষ্ণু ৰাভা

জনগণ আজি জাগে

–বিষ্ণু ৰাভা

জনগণ আজি জাগে
আজি জাগে ভাৰত মাজে
পুৰণিক সংহাৰি
নতুনক চিঞৰি
জনতাৰ বিকুল
ঘৰে ঘৰে বাজে।
দৈত্য দানৱ শোষণকাৰীক
সৌৱা চোৱা
আপোন হাতেৰে বধে
নীল আকাশত ধূসৰ ডাৱৰ
তপত শোণিতৰ চেকা তাত
আকাশ বতাহ গগণ নিনাদি
বিপ্লৱৰ ধবনি মাথো উঠে
জনগণ আজি জাগে।
নৰ কঙ্কালৰ অস্ত্ৰ সাজি
ওলাই আহে দলে দলে
হে শান্তিৰ সেনানী
হে মুক্তিৰ বাহিনী
মাতে যেন ঘনে ঘনে
জনগণ আজি জাগে
আজি জাগে ভাৰত মাজে। 0 0 0
 

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Janagan Aaji Jage’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleOrigin and History of ChatGPT
Next articleআগবাঢ়া বাঢ়া আগ। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here