জনতা তোৰ প্ৰাণৰো প্ৰাণত। জ্যোতিপ্ৰসাদ

0

জনতা তোৰ প্ৰাণৰো প্ৰাণত। জ্যোতিপ্ৰসাদ

জনতা তোৰ প্ৰাণৰো প্ৰাণত। জ্যোতিপ্ৰসাদ

জনতা তোৰ প্ৰাণৰো প্ৰাণত

—জ্যোতিপ্ৰসাদ

জনতা তোৰ প্ৰাণৰো প্ৰাণত

মনৰো মনত

শিল্পী যে মই

লুকাই লুকাই আছোঁ

তোৰ সপোনৰ কত ছবিত 

কত যে ফুল বাছোঁ

 লুকাই লুকাই আছোঁ

তই নাজান

মই জানো তোৰ গোপন আশা 

মইহে জানো তই নজনা

তোৰ নিজৰেই ভাষা।

তোৰ সেই নিজানত 

সেই গহনত

তোৰেই ময়েই

শিল্পীয়েই

তোৰ অন্ধাৰক নাশিবলৈ

তোৰ বুকুতেই

বিপ্লৱী হৈ জাগিম

পোহৰলৈ তোক নিবলৈ

তোৰেই পূজা নিতৌ পাতি

তোৰেই আশিস মাগিম। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Janata Tur Pranoro Pranot‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleঅগ্নিৰে মই খেলা। জ্যোতিপ্ৰসাদ
Next articleবিশ্ব বিজয়ী নৱ জোৱান। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here