জিলিকা পাখিৰে অ সোণ। জ্যোতিপ্ৰসাদ

0

জিলিকা পাখিৰে অ সোণ। জ্যোতিপ্ৰসাদ

জিলিকা পাখিৰে অ সোণ। জ্যোতিপ্ৰসাদ

জিলিকা পাখিৰে অ সোণ

—জ্যোতিপ্ৰসাদ

জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই

ৰঙা সেউজীয়া ত’ৰা ফুটুকীয়া

তোৰ গোট গাৱতে

অ’ সোণ ম’ৰা চৰাই

জুৰিটিৰ পাৰতে নাছে ঠেও ধৰি

তোৰ মৰমতে মৰো

অ’ সোণ ম’ৰা চৰাই। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘জিলিকা পাখিৰে অ’ সোণ ম’ৰা চৰাই | Jilika Pakhire‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআজি পুৱতি কিহৰে আৰতি। জ্যোতিপ্ৰসাদ
Next articleজয় আলোকময় অনাদী। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here