জোনোৱালী নিশাৰ ৰূপোৱালি। জ্যোতিপ্ৰসাদ

0

জোনোৱালী নিশাৰ ৰূপোৱালি। জ্যোতিপ্ৰসাদ

জোনোৱালী নিশাৰ ৰূপোৱালি। জ্যোতিপ্ৰসাদ

জোনোৱালী নিশাৰ ৰূপোৱালি

—জ্যোতিপ্ৰসাদ

জোনোৱালী নিশাৰ ৰূপোৱালি পোহৰে

চকুৰ পাহিত

কাৰ ছবি আঁকি যায়!

জিকমিক জিকমিক কাৰ সোণ পখিলাই

নাচি নাচি আহি

ৰুণুক জুনুককৈ নূপুৰ বজায়?

পাখি কৰে ৰুণ ৰুণ

গান গায় গুণ গুণ

হাঁহি হাঁহি দেখুৱাই

অঁকাবকা চকামকা

ৰঙা সপোন। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Jonuwali Nishar Rupowali Pohare‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleলুইতেদি যায় কৰে নাৱৰীয়া। জ্যোতিপ্ৰসাদ
Next articleসাজু হ সাজু হ নৱ জোৱান। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here