জ্ঞানৰ চকুৰে যেয়ে। জ্যোতিপ্ৰসাদ

0

জ্ঞানৰ চকুৰে যেয়ে। জ্যোতিপ্ৰসাদ

জ্ঞানৰ চকুৰে যেয়ে। জ্যোতিপ্ৰসাদ

জ্ঞানৰ চকুৰে যেয়ে

—জ্যোতিপ্ৰসাদ

জ্ঞানৰ চকুৰে যেয়ে পৃথিৱী চাবি

স্বৰ্গ বিচাৰি পাবি।

নজনাৰ পৰা অহা তই কোন 

এই পৃথিৱীতে

এই ফুলনিতে তই বন-ভাত খাবি।

মহা শিল্পীয়ে ৰচিলে পৃথিৱী

ফুলনি ….

তই যে মানুহ আহিলি শিল্পী

পৃথিৱী ধুনীয়া কৰা

আজি জান অন্তৰে অন্তৰে

মানুহৰ সত্তা  সুন্দৰ

মানুহ কল্পী, মানুহ শিল্পী

মানুহ খনিকৰ। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাGanyor Chakure Jeye Prithibi Chabi‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleবন্দনা। অমূল্য বৰুৱা
Next articleঅৰূপ অচিনা। অমূল্য বৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here