জয় আলোকময় অনাদী। জ্যোতিপ্ৰসাদ

0

জয় আলোকময় অনাদী। জ্যোতিপ্ৰসাদ

জয় আলোকময় অনাদী। জ্যোতিপ্ৰসাদ

জয় আলোকময় অনাদী

—জ্যোতিপ্ৰসাদ

জয় আলোকময় অনাদী অনন্ত প্ৰসাৰী

বিশ্বজীৱন জ্যোতি

জয় জয় সুন্দৰ সত্য সনাতন

চিৰ প্ৰশান্ত বিশ্বপতি।

কোটি বিশ্ব ব্যাপক

হে মহামনাধীপ

বিশ্ব জীৱন জ্যোতি

প্ৰণতি প্ৰণতি প্ৰণতি। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Joy Alokmoy‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  4. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleজিলিকা পাখিৰে অ সোণ। জ্যোতিপ্ৰসাদ
Next articleমোৰ জীৱনৰে সখা। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here