দুৰ্বাৰ সময়ৰ গতি

18

দুৰ্বাৰ সময়ৰ গতি

দুৰ্বাৰ সময়ৰ গতি

— আবুল কালাম আজাদ

 

কুটিল প্ৰশাসনৰ নীতি

জনতাৰ কৰুণ বিনতি

কোলাহল শূন্য চহৰ-নগৰ

তলাবদ্ধ দোকান পোহাৰ

হাট বজাৰ স্তব্ধ

জনতাৰ ভীৰ বিক্ষিপ্ত

যানবাহনৰ যাত্ৰী লুপ্ত

অনুষ্ঠান প্ৰতিষ্ঠান নিস্তব্ধ

নিৰ্বাক শ্ৰমিকৰ আৰ্তনাদ

ভোকৰ যন্ত্ৰণাত দুৰ্বিষহ

কক্‌বক্‌ জনতাৰ হুমুনিয়াহ

নিৰ্বিকাৰ নিৰ্লিপ্ত লক ডাউন । 0 0 0

 

বিঃ দ্রঃ আবুল কালাম আজাদ উক্ত ‘দুৰ্বাৰ সময়ৰ গতি | Durbar Samayar Goti’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘আবুল কালাম আজাদৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
  10. প্ৰেমৰ কবিত
Previous articleReaders English Grammar & Composition
Next articleউচ্ছেদ

18 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here