দুৱাৰ বন্ধ ৰল মোৰ | বিষ্ণু ৰাভা

0

দুৱাৰ বন্ধ ৰল মোৰ | বিষ্ণু ৰাভা

দুৱাৰ বন্ধ ৰল মোৰ বিষ্ণু ৰাভা

দুৱাৰ বন্ধ ৰল মোৰ

–বিষ্ণু ৰাভা

দুৱাৰ বন্ধ ৰ’ল মোৰ জীৱনত
কাহানি আহিবা প্ৰিয়ে এই পৰাণত
তুমি মোৰ হিয়া ৰাণী হৃদয় আসনত
পোহৰাই আহিবানে হিয়াৰ মাজত।
যদিও তোমাৰ ছবি মানস পটত
নিতৌ উজলে মোৰ মন দেউলত
তোমাৰে মুৰতি সদা আহে ধিয়ানত
পূজো দিনে ৰাতি যাক হিয়া চোতালত। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘দুৱাৰ বন্ধ ৰ’ল মোৰ জীৱনত | Duwar Bandh Rol Mur Jibonot’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰ জীৱনৰ আকাশতে | বিষ্ণু ৰাভা
Next articleতেজ ৰাঙলী শোণিত | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here