দেউতা তই কি লিকিছ গান। জ্যোতিপ্ৰসাদ

0

দেউতা তই কি লিকিছ গান। জ্যোতিপ্ৰসাদ

দেউতা তই কি লিকিছ গান। জ্যোতিপ্ৰসাদ

দেউতা তই কি লিকিছ গান

—জ্যোতিপ্ৰসাদ

 

দেউতা তই কি লিকিছ গান

মোলৈ এটা লিকিবি দেই

কুব অকণমান

এটা কুব পোৱালি গান।

দেউতা,

মোৰ গানত, লিকিবি এটা

সৰু ৰঙা চৰাই

সোণৰ ৰূপৰ পাখি লগাই

দিবি উৰাই উৰাই

আৰু লিকিবি পকিলা এটা

ফুৰ-ঘূৰকৈ ফুৰা।

আৰু লিকিবি কমলা টেঙা

আৰু পকা আম

মই আবেলি খাম। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Deota Toi Ki Likicho Gan‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleবন মইনাৰ মাত শুনি। জ্যোতিপ্ৰসাদ
Next articleমোৰ গানটো যদি। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here