নীল আকাশৰ এটা তৰা। জ্যোতিপ্ৰসাদ

0

নীল আকাশৰ এটা তৰা। জ্যোতিপ্ৰসাদ

নীল আকাশৰ এটা তৰা। জ্যোতিপ্ৰসাদ

নীল আকাশৰ এটা তৰা

—জ্যোতিপ্ৰসাদ

নীল আকাশৰ এটা ত’ৰা 

এটা ত’ৰা অ’

তাৰ পোহৰে –তাৰ পোহৰে

বাটটি চিনি ল’

অ’ পথিক তই

ভাবি শুনি তই

কি লেখ লেখ।

আকাশৰ সৌ দূৰ নীলিমাৰ

পোহৰে তোক

মাতিছে অ’

মাতিছে অ’! 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘নীল আকাশৰ এটা ত’ৰা | Nil Akashar Eta Tora‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰ মনে মনে। জ্যোতিপ্ৰসাদ
Next articleলুইতৰ আকাশত তৰাৰ। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here