ফুলৰ পাহিত কোনে। জ্যোতিপ্ৰসাদ

0

ফুলৰ পাহিত কোনে। জ্যোতিপ্ৰসাদ

ফুলৰ পাহিত কোনে। জ্যোতিপ্ৰসাদ

ফুলৰ পাহিত কোনে

—জ্যোতিপ্ৰসাদ

ফুলৰ পাহিত

কোনে থৈ গলি

এটুপি চকুৰ পানী

পুৱাৰ পোহৰে

আহি চুমা খালে

বেলিৰ মৰম সানি

চুমা-চেনেহত পমি নাইকিয়া হ’ল

বেজাৰে মৰমে

দুয়ো লগে লাগি

থিতাতে মায়াপী ইযে কি আপুনি

আলাসতে উৰি গ’ল

বেজাৰৰ সোণতে মৰম মুকুতাইয়ে

আলসুৱা ৰূপ ধৰে

চকুলো টুপিতে পোহৰে উমলি

পৃথিৱী ধুনীয়া কৰে। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Fulor Pahit Kune Thoi Goli‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰ গানত জ্বলে। জ্যোতিপ্ৰসাদ
Next articleগাঁৱৰে জুপুৰি ইকৰাৰে। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here