বলিয়া মেঘৰ। বিষ্ণু ৰাভা

0

বলিয়া মেঘৰ। বিষ্ণু ৰাভা

বলিয়া মেঘৰ। বিষ্ণু ৰাভা

বলিয়া মেঘৰ

বিষ্ণু ৰাভা

বলিয়া মেঘৰ আঁৰে আঁৰে
ৰঙা ডাৱৰৰ ডাৰে ডাৰে
জিলিকি জিলিকি সউ
তুলি তিৰ বিৰ ঢউ
আশাৰ বিজুলীয়ে জিলিক মাৰে।

ধুমুহাৰ আগে আগে
জাকি দি জাকে জাকে
শান্তিৰ কপৌজাক উলাহে উৰে।

বাসন্তী ৰাণীৰ উছব মোলত
উত্তৰোল কুবেৰৰ দল
নগৰ বুকুত শ শ বনৱাই
তোলে জীৱনৰ দাবী ৰোল।

আগুৱাল তেজপিয়া পিশাচৰ দল
হজুৱাৰ ৰক্তৰ ৰঙা বান ৰল
সেই ৰঙে ৰহনোৱা তেজাল নিচান
জগতৰ মুকুতিকামীৰ মহাপ্ৰাণ
কলিজাৰ লাল পতাকা লৈ আগুৱান
বিপ্লৱী দলে আজি আগবাঢ়ে। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘বলিয়া মেঘৰ আঁৰে আঁৰে | Boliya Meghar Anre Anre’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআগবাঢ়া বাঢ়া আগ। বিষ্ণু ৰাভা
Next articleঅ মোৰ নিচলা। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here