বসন্তৰ গান | হীৰেন ভট্টাচাৰ্য

0

বসন্তৰ গান | হীৰেন ভট্টাচাৰ্য

বসন্তৰ গান

বসন্তৰ গান

(এজন কবিলৈ)

—হীৰেন ভট্টাচাৰ্য

 

কালি ৰাতি খুব কুঁৱলী পৰিছিল ।

পাহাৰ তলিত

এটা চৰায়ে ওৰে ৰাতি

গান গাই আকাশখনক কন্দুৱাইছিল ।

 

ৰাতিপুৱা,

গছে বনে, পাহাৰৰ শিখৰে শিখৰে

বকুল ফুলৰ দৰে

গুৰি গুৰিকৈ বৰফ পৰিছিল ।

 

এটা চৰাইৰ

মাতত বসন্ত অহা হ’লে!

তাৰ লাহী ডেউকাই

কুঁৱলী আঁতৰাব পৰা হ’লে! ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘বসন্তৰ গান | Basantar Gan | হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  13. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  14. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  15. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleশোভাযাত্ৰাত নিহতজনৰ কবিতা | হীৰেন ভট্টাচাৰ্য
Next articleমোৰ বুকুত কি জ্বলে | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here