বিশ্ব বিজয়ী নৱ জোৱান। জ্যোতিপ্ৰসাদ

5

বিশ্ব বিজয়ী নৱ জোৱান। জ্যোতিপ্ৰসাদ

বিশ্ব বিজয়ী নৱ জোৱান। জ্যোতিপ্ৰসাদ

বিশ্ব বিজয়ী নৱ জোৱান

—জ্যোতিপ্ৰসাদ

বিশ্ব বিজয়ী নৱ জোৱান

বিশ্ব বিজয়ী নৱ জোৱান

শাক্তিশালী ভাৰতৰ

ওলাই আহাঁ, ওলাই আহাঁ

সন্তান তুমি বিপ্লৱৰ

সমুখ সমৰ সমুখতে

মুক্তি যুঁজাৰু হুচিয়াৰ

মৃত্য বিজয় কৰিব লাগিব

স্বাধীনতাৰ খুলি দুৱাৰ। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Bishwa Bijoyee Nava Jowan‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleজনতা তোৰ প্ৰাণৰো প্ৰাণত। জ্যোতিপ্ৰসাদ
Next articleমোৰ গানত আছে। জ্যোতিপ্ৰসাদ

5 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here