ভোগালী | হীৰেন ভট্টাচাৰ্য

0

ভোগালী | হীৰেন ভট্টাচাৰ্য

ভোগালী

ভোগালী

—হীৰেন ভট্টাচাৰ্য

 

তুমিটো জানাই

এই কবিৰ আৰু একো নাই ।

এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই ।

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জুৰাই । ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘ভোগালী | Bhugali | Vogali’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  13. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  14. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  15. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleFoundation Day of Indian States and Union Territories
Next articleশৰ-সন্ধান | হীৰেন ভট্টাচার্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here