মেঘমল্লাৰ মেঘমল্লাৰ। বিষ্ণু ৰাভা

0

মেঘমল্লাৰ মেঘমল্লাৰ। বিষ্ণু ৰাভা

মেঘমল্লাৰ মেঘমল্লাৰ। বিষ্ণু ৰাভা

মেঘমল্লাৰ মেঘমল্লাৰ

–বিষ্ণু ৰাভা

মেঘমল্লাৰ! মেঘমল্লাৰ!
প্ৰিয়তমা সুন্দৰী বিজুলী প্ৰিয়া
ভাঙি আনা ডাৱৰৰ কাৰেং দুৱাৰ
ডৰ গুৰ কই কৰি চুমাৰ মেঘমল্লাৰ!
গম্ভীৰ সুৰৰ তৰঙ্গ মেলি
ভীষণ গৰ্জন গাজনি তুলি
নহুৰ ডৰ গুৰ গুৰ গুৰ হিলদোলে দুলি
মালিকা বিজুলী আউলী জাউলী
বান্ধা বান্ধা ৰাগ বন্ধনেৰে কৰি হুঙ্কাৰ।
মেঘমল্লাৰ! মেঘমল্লাৰ!
প্ৰিয়তম সুন্দৰী বিজুলী প্ৰিয়াৰ
হেপাহৰ চেনেহৰ মাণিক হিয়াৰ
বৰষুণ প্ৰেম ধুমুহাৰ
মেঘমল্লাৰ! মেঘমল্লাৰ! 0 0 0

বিঃ দ্রঃবিষ্ণু ৰাভাৰ ‘মেঘমল্লাৰ মেঘমল্লাৰ | Mehgmallar Meghmallar’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  7. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleকিবা যেন নাই। বিষ্ণু ৰাভা
Next articleবিশ্ববিজয়ী নজোৱান। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here