মেঘৰ দোলাৰে দুলনিতে। বিষ্ণু ৰাভা

0

মেঘৰ দোলাৰে দুলনিতে। বিষ্ণু ৰাভা

মেঘৰ দোলাৰে দুলনিতে। বিষ্ণু ৰাভা

মেঘৰ দোলাৰে দুলনিতে

–বিষ্ণু ৰাভা

মেঘৰ দোলাৰে দুলনিতে উঠি
দুলি দুলি যায় কোনোবাই
ইন্দ্ৰধনুৰে আৰোৱান লৈ
কোনে বিজুলীকে নচুৱায়?
তৰুৰে লতাৰ কুঁহি কুঁহি পাত
কাৰ পৰশতে মলিয়ায়
বনৰে চৰায়ে মহিমা গুণ গায়?
সোণৰে চুলাৰে জাপি শিৰে পিন্ধে
বেলিয়ে ইঙ্গিত কাৰে পাই
ৰূপালী জোনায়ে নিশা তৰা বছা
চেলেঙ দেহাতে মেৰিয়ায়? 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Meghar Dulare Dulanit Uthi’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  5. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  6. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  7. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleহে বিপ্লৱী বীৰ অধিনায়ক। বিষ্ণু ৰাভা
Next articleমেঘৰ বুকু ফালি আনিম। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here