মেলানি বেলাৰ বিদায় লগন। বিষ্ণু ৰাভা

0

মেলানি বেলাৰ বিদায় লগন। বিষ্ণু ৰাভা

মেলানি বেলাৰ বিদায় লগন। বিষ্ণু ৰাভা

মেলানি বেলাৰ বিদায় লগন

–বিষ্ণু ৰাভা

মেলানি বেলাৰ বিদায় লগন
যেতিয়া আহিব চাপি
উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ
হৃদয় তোমাৰ কঁপি?
বিদায় ক্ষণত থাকিমে নীৰৱ
পাবা একোটি আভাস
সেই আভাসেই মোৰ হৃদয়ৰে
শেষ মিনতিৰ আস।
গধূলি বেলিকা দেৱ নাম লিখা
যেতিয়া মেলিবা পুথি
সন্ধিয়া আৰতি জ্বালি দীপ বন্তি
গাবা নাম মালা গাাঁথি
দেৱ নাম পাহৰি মোৰ নাম সুঁৱৰি
লবা নে এবাৰ জঁপি? 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Melani Belar Biday Lagan’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  7. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleঅ আলহী আহ। বিষ্ণু ৰাভা
Next articleকিমান ৰচিলো ছবি। বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here