মোৰে পথাৰৰে সোণোৱালী। জ্যোতিপ্ৰসাদ

0

মোৰে পথাৰৰে সোণোৱালী। জ্যোতিপ্ৰসাদ

মোৰে পথাৰৰে সোণোৱালী। জ্যোতিপ্ৰসাদ

মোৰে পথাৰৰে সোণোৱালী

—জ্যোতিপ্ৰসাদ

মোৰে পথাৰৰে 

সোণোৱালী ধান

সেউজীয়া বননিত 

শুনো কি নুশুনো

বনৰীয়া গান

মোৰে পথাৰৰে সোণোৱালী ধান।

আজি ৰদালিৰ, জিকমিক পোহৰতে

নতুন জীৱনৰ

ফুলিছে প্ৰাণ

মোৰ গাঁৱলীয়া পেঁপাটোত

নতুন সুৰ বাজিছে

নতুন দিঠকৰ জান

মোৰে পথাৰৰে সোণোৱালী ধান। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Mure Potherore Sonowali Dhan‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleনতুন দিনৰ ন ছোৱালী। জ্যোতিপ্ৰসাদ
Next articleসোণৰ সপোন মোৰ। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here