মোৰ গানত জ্বলে। জ্যোতিপ্ৰসাদ

0

মোৰ গানত জ্বলে। জ্যোতিপ্ৰসাদ

মোৰ গানত জ্বলে তোৰেই। জ্যোতিপ্ৰসাদ

মোৰ গানত জ্বলে

—জ্যোতিপ্ৰসাদ

মোৰ গানত জ্বলে 

শত যুগৰ কত অভিমান

মোৰ গানে বিচাৰে 

চিৰ দুখীয়াৰ

চিৰ পৰিত্ৰাণ।

মোৰ গানত গুমৰি

ভূঁইকপ কৰে

পৃথিৱীৰ নিবৰ্বাণ

মোৰ গানৰ জুয়ে জগত পুৰিব

দুস্কৃত সাৱধান।

মোৰ অস্থিৰে মই ৰচিছোঁ বজ্ৰগান।

প্ৰালয়িকী মোৰ জাগিছে ছন্দ

কৃতান্ত মূৰ্তিমান

গানেৰে মই বিশ্বজীৱন

কৰি আছোঁ আহ্বান। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Mur Ganot Jole Soto Jugor‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleপৃথিৱী ধুনীয়া কৰিব লাগিব। জ্যোতিপ্ৰসাদ
Next articleফুলৰ পাহিত কোনে। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here