মোৰ জীৱনৰ আকাশতে | বিষ্ণু ৰাভা

0

মোৰ জীৱনৰ আকাশতে | বিষ্ণু ৰাভা

মোৰ জীৱনৰ আকাশতে বিষ্ণু ৰাভা

মোৰ জীৱনৰ আকাশতে

—বিষ্ণু ৰাভা

মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই
যতনেৰে তৰিম।
কিন-কিনিয়া চকুলোৰে
হুমুনিয়াহৰ ভাপকণেৰে
প্ৰণয় সুৰুয দেৱতাৰে
জিলকনি সানিম।
মেদুৰ মেঘৰ মাদল কোবাই
গগণ-গগণা আলফুলে বাই
বিজুলী নটীৰ নাচোনটি চাই
দেওদি দেউদি নাচিম। 0 0 0

বিঃ দ্রঃ বিষ্ণু ৰাভাৰ ‘Mur Jibnor Akashote ‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল বিষ্ণু গীত’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  8. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  9. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  10. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআই মোৰ ভাৰতী জননী| বিষ্ণু ৰাভা
Next articleদুৱাৰ বন্ধ ৰল মোৰ | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here