মোৰ দেশৰে কোন লৰা। জ্যোতিপ্ৰসাদ

0

মোৰ দেশৰে কোন লৰা। জ্যোতিপ্ৰসাদ

মোৰ দেশৰে কোন লৰা। জ্যোতিপ্ৰসাদ

মোৰ দেশৰে কোন লৰা

—জ্যোতিপ্ৰসাদ

 

মোৰ দেশৰে 

কোন ল’ৰা তই

মোৰ ঘৰলৈ নাহ’

মোৰ গানৰ ভাষা

প্ৰাণৰ আশা

নুবুজি যে

উপলুঙাকৈ হাঁহ

মোৰ ঘৰলৈ নাহ’।

দেশ বিদেশৰ 

বৰ কিতাপত

মোৰ ছবিটো নাই

আন কোনোবাই কৈ নিদিলে

মোৰেই ঘৰৰ

মোৰেই দেশৰ

মানুহে কিয়

মোকই চিনি নাপায়? 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘মোৰ দেশৰে কোন ল’ৰা তই | Mur Deshore Kun Lora Toi‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰ দেশৰে ধুনীয়া ছোৱালী। জ্যোতিপ্ৰসাদ
Next articleবন মইনাৰ মাত শুনি। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here