মোৰ দেশৰে ধুনীয়া ছোৱালী। জ্যোতিপ্ৰসাদ

17

মোৰ দেশৰে ধুনীয়া ছোৱালী। জ্যোতিপ্ৰসাদ

মোৰ দেশৰে ধুনীয়া ছোৱালী। জ্যোতিপ্ৰসাদ

মোৰ দেশৰে ধুনীয়া ছোৱালী

—জ্যোতিপ্ৰসাদ

মোৰ দেশৰে ধুনীয়া ছোৱালী

তোৰ মুখখন তই

ধুনীয়াকৈ আঁক’

লুইত দাপোণত

মুখখনি চাই

আপোন মনে হাহি হাঁহি

বুকুৰ মৰম সেউজী বনত বাক’

মোৰ গানৰ সুৰৰ 

পখিলাবোৰ উৰে

তোৰ ধুনীয়া খোপাত পৰে

তোৰ জেউতি চৰাই

তোক গুচাই ৰূপকুঁৱৰী কৰে

তই উমান নাপাই  বাটে

বাটে যাব।

তোক শুৱনী কৰা খনিকৰক

আগতে দেখিও চিনিকে নাপাব। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Mur Deshore Dhuniya Chowali‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমোৰ সপোন যদি। জ্যোতি প্ৰসাদ
Next articleমোৰ দেশৰে কোন লৰা। জ্যোতিপ্ৰসাদ

17 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here