মোৰ সপোন যদি। জ্যোতি প্ৰসাদ

34

  মোৰ সপোন যদি। জ্যোতি প্ৰসাদ

মোৰ সপোন যদি

—জ্যোতি প্ৰসাদ

মোৰ সপোন যদি 

ব্যৰ্থতাত ফুলে

মোৰ আশা যদি 

মৰীচিকা হৈ ফুৰে

মোৰ জীৱনৰ ভুলে ভুলে

মোৰ সপোন যদি ব্যৰ্থতাত ফুলে।

মই লিখা গানে যদি নকয় একো কথা

মই ৰচা এই সুৰাৱলীত

জ্বলি নুঠে ব্যথা

মোৰ ছন্দ যদি মৌন হৈ 

কৰে অভিমান

তেন্তে সেই, ব্যৰ্থ দানৰেই

কৰি যাম অব্যৰ্থ সন্ধান। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Mur Sopon Jadi‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. অমূল্য বৰুৱাৰ ‘কুকুৰ’
  2. অমূল্য বৰুৱাৰ ‘বেশ্যা’

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleমানৱ যন্ত্ৰ
Next articleমোৰ দেশৰে ধুনীয়া ছোৱালী। জ্যোতিপ্ৰসাদ

34 COMMENTS

  1. […] মোৰ সপোন যদি-জ্যোতিপ্রসাদ […]

  2. […] মোৰ সপোন যদি-জ্যোতিপ্রসাদ […]

  3. […] মোৰ সপোন যদি-জ্যোতিপ্রসাদ […]

  4. […] মোৰ সপোন যদি-জ্যোতিপ্রসাদ […]

  5. […] মোৰ সপোন যদি-জ্যোতিপ্রসাদ […]

  6. […] মোৰ সপোন যদি-জ্যোতিপ্রসাদ […]

LEAVE A REPLY

Please enter your comment!
Please enter your name here