যুদ্ধৰ বিৰুদ্ধে | ইছমাইল হোছেইন

0

যুদ্ধৰ বিৰুদ্ধে | ইছমাইল হোছেইন

যুদ্ধৰ বিৰুদ্ধে

যুদ্ধৰ বিৰুদ্ধে

–ইছমাইল হোছেইন

 

বাৰুদৰ ধোঁৱাত যেতিয়া আকাশ অন্ধকাৰ

নিজান পুৱাত বাঁহীত ফু দি মাতো

এজনী শুকুলা পাৰ চৰাই।

ৰুণ দি দি ৰংঢালী সাজেৰে

নাচি থাকে তাই।

যুদ্ধত আহত যেতিয়া সোণালী আকাশ

ধবংশ যজ্ঞত গুমৰি বাজে মাৰ্কিনী সংলাপ।

তেজৰ নদীৰে ভটিয়াই যায় 

এটি শ্বাসৰুদ্ধ সাপ। ০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘যুদ্ধৰ বিৰুদ্ধে| Yudhar Biruddhe | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  3. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  4. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  5. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  6. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  7. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  8. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  9. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  10. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  11. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleমা | ইছমাইল হোছেইন
Next articleকবিতাৰ শৰীৰ | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here