লুইতৰে পানী যাবি অ। জ্যোতিপ্ৰসাদ

0

লুইতৰে পানী যাবি অ। জ্যোতিপ্ৰসাদ

লুইতৰে পানী যাবি অ। জ্যোতিপ্ৰসাদ

লুইতৰে পানী যাবি অ

—জ্যোতিপ্ৰসাদ

লুইতৰে পানী যাবি অ’ বৈ

সন্ধিয়া লুইতৰ পানী সোণোৱালী

চহৰে নগৰে যাবি অ’ বৈ

জয়াৰে কীৰিতি দেশে-বিদেশে

সাগৰে-নগৰে ফুৰিবি কৈ।

মাটিৰে দেহাটি এৰি জয়মতী

জ্যোতিৰে দেহাটি লৈ

যাউতিযুগীয়া কীতিি ৰাখিলা

চানেকি জগতলৈ।

এটুপি-দুটুপি তেজে তিনি টুপি

অসমৰ জীয়ৰী অসমৰ বোৱাৰী

দেশৰ হকে জয়াই গ’লে বিলাই

এটুপি চকুলো যোৱা পেলাই। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Luitor Pani Jabi O Boi‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleআগবাৰীত ফুলিলে সোণে। জ্যোতিপ্ৰসাদ
Next articleজাগা জননীৰ সন্তান। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here