লুইতৰ আকাশত তৰাৰ। জ্যোতিপ্ৰসাদ

0

লুইতৰ আকাশত তৰাৰ। জ্যোতিপ্ৰসাদ

লুইতৰ আকাশত তৰাৰ। জ্যোতিপ্ৰসাদ

লুইতৰ আকাশত তৰাৰ

—জ্যোতিপ্ৰসাদ

লুইতৰ আকাশত ত’ৰাৰ ত’ৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ–

আই নাকান্দিবি

থাপনাত তেজেৰে বন্তি দিলেহি

ল’ৰা-ছোৱালীয়ে তোৰ।

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা

আই অ’ নুমুৱা নাই,

নতুন তেজেৰে শলিতা জ্বলিছে

উজলিছে ভমকাই।

চকুলো ৱাই জুই নুনুমাবি

গুচকে আন্ধাৰে ঘোৰ–

লুইতৰ আকাশৰ ত’ৰাৰ ত’ৰাৱলী

পাৰত দীপাৱলী তেজেৰে মোৰ। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘লুইতৰ আকাশত ত’ৰাৰ ত’ৰাৱলী | Luitor Akashot Torar Torawali‘ শিৰোনামৰ গীতটি ৰাব্বি মছৰু সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleনীল আকাশৰ এটা তৰা। জ্যোতিপ্ৰসাদ
Next articleঅ আমাৰ গাওঁ। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here