সাত সাগৰৰ দেশ বিদেশৰ। জ্যোতিপ্ৰসাদ

0

সাত সাগৰৰ দেশ বিদেশৰ। জ্যোতিপ্ৰসাদ

সাত সাগৰৰ দেশ বিদেশৰ। জ্যোতিপ্ৰসাদ

সাত সাগৰৰ দেশ বিদেশৰ

—জ্যোতিপ্ৰসাদ

সাত সাগৰৰ দেশ বিদেশৰ

তেৰ নদীৰ পাৰে– 

আমাৰ দেশৰ নানান বৰণৰ

নানান নিচান উৰে।

নানা খনিকৰে নানা কাৰিকৰে

যতনৰে যিখিনি কৰে

নোহোৱা নোপোৱা ক’ত অমূল্য

বাহানি গঢ়িছে নৰে।

তাকে তোমালৈ মাত পাবলৈ

আনিছো সকলোটি মাতা অ’ নিমাতি। 0 0 0

বিঃ দ্রঃ জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘Sat Sagarar Desh Bideshor’ শিৰোনামৰ গীতটি ৰাব্বি মছৰুৰ সম্পাদিত ‘প্রতিনিধিত্বশীল জ্যোতি গীত’ গ্রন্থৰ পৰা লোৱা হৈছে।

You May Like:

  1. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  2. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  3. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ

অতিৰিক্ত অনুসন্ধান:

  1. মৌলানা আবুল কালাম আজাদ
  2. হুমায়ুন আজাদ
  3. অসমীয়া কবিতা
  4. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  5. ইছমাইল হোছেইন
  6. বিষ্ণু ৰাভাৰ গীতি কবিতা
  7. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  8. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
  9. অসমীয়া আধুনিক কবিতা
Previous articleনিমাতি কইনা। জ্যোতিপ্ৰসাদ
Next articleআজি পুৱতি কিহৰে আৰতি। জ্যোতিপ্ৰসাদ

LEAVE A REPLY

Please enter your comment!
Please enter your name here